ৰগৰৰ ৰহঘৰা

ৰগৰৰ ৰহঘৰা is a Bengali group. Having alot of group type in Facebook: close, open and secret and it is a CLOSED group. ৰগৰৰ ৰহঘৰা has 6,708 members. So people rank it like a Large group. 304641083048133 is the identifier of this group with Facebook. Last update is on 2015-02-28 19:41:18.

মই
জানো তোমালোকে ভাল
পোঁৱা হাঁহি
সেয়ে অলপ যত্ন
কৰো হঁহোৱাবলৈ
ওলিয়াই লৈ অলপ
আহৰি ।।
ৱ্যস্ততাই
কোঙা কৰি বান্ধি থয়
হাত ভৰি
উতলাই থয়
সকলো সময়তে মগজ
আৰু মন
নগ'লেওঁ নহ'ব
নকৰিলেওঁ নহ'ব,
চলিবলৈ বহু প্ৰয়োজন
আজিৰ তাৰিখত ধন ।।
বহুতে হয়তো জলাঞ্ছলী দিব
লগা হৈছে
হৃদয়ৰ সঁচা ভালপোঁৱা
সাৱতিব
লগা হৈছে কঠোৰ এই
বাস্তৱ,
কাৰণ .....
হাতত
যদি নাথাকে বিশাল
একোটা ভান্দাৰ ধনৰ,
পৰিবৰ্তন হৈ যাব
পাৰে,মূহুৰ্তে ....
সঁচা অন্তৰ
দি ভালপোঁৱা আপোনাৰ
প্ৰেয়সী জনীৰো মনৰ
।।
যদিহে নাই আপোনাৰ
পৰ্যাপ্ত পৰিমানৰ
টকা
লাগতিয়াল সকলোবোৰ
হেৰুৱাব
পলে পলে খাব
মাথোঁ ঢৌকা ।।
দুখত ককবকাই
ককবকাই আপুনি
মনোনিবেশ
কৰিবলৈ যায় কামত,
কেইটামান টকাৰ
বিনিময়ত
দিনটো সৰ্পি দিওঁ
দামী নামি কোম্পানীবোৰত,
মাথোঁ ............... ......
সিহঁতবোৰৰ উন্নতিৰ
নামত ।।
নাই আশা পাম
বুলি চৰকাৰী কোনো চাকৰী
দুৰ্ণীতিত গোটেইখন
দালাল ৰাজৰ বাকৰী
মুঠিয়ে মুঠিয়ে আজুৰে মাথোঁ
নিজলৈ বুলি চৰকাৰী সকলোবোৰ
ধন
নাভাবে আনলৈ
এমুঠি অন্নৰ বেদনাত
কেনেকৈ ককবকাই এই
অসমৰ জনজীৱন ।।
সেই সকলোবোৰ
বেদনাৰ নাই
কোনো উপশম
পাৰহৈ যায় দিনৰ
পাছত দিন
অলপ হাঁহিৰ যোগান
ধৰি আপোনালোকক
পাহৰাব খুজো...........
সঁচাকৈয়েই নহয়
আপোনালোক ইমান
নিহঃকিন ।।
সকলো সময়তেই
আমি আছো আপোনালোকৰ
কাষত share কৰক দুখ
সুখ হাঁহি কান্দোন
আপোনাৰ ..............
যত্ন কৰিম পাহৰাই
ৰাখিবলৈ আপোনাক
কঠোৰ এই বাস্তৱৰ
অনুতাপ , অলপ
হাঁহি আৰু অনুপম
জীৱনৰ কিছু
অনুভুতিৰে ।।
কিবা ভুল
হ'লে ক্ষমিব !!!
.
.
.
.
.
GROUP CREATOR AND ADMIN
sourav-
m.facebook.com/souravjyoti.saharia